displaying 1 - 30 records in total 37
খাকী পোছাকযোৰৰ প্ৰতি তাইৰ সৰুৰেপৰাই আছিল দুৰ্বলতা।
- Published_at:2020-03-07
- Category:News & Politics
- Channel:Pratidin Time
- Ranked in:
- tags:
- description: খাকী পোছাকযোৰৰ প্ৰতি তাইৰ সৰুৰেপৰাই আছিল দুৰ্বলতা।নিজ চেষ্টা তথা কষ্টৰ ফলত তাই লাভ কৰিছিল সফলতা।তাৰ মাজতেই তাইলৈ আহিল DSP পদৰ প্ৰস্তাৱ।কিন্তু কোন তাই?
- Video details
অসম বিধানসভাৰ বাজেট অধিবেশনৰ প্ৰথম দিনাই বিৰোধীৰ পোনপটীয়া প্ৰশ্নৰ আওপকীয়া উত্তৰ দিলে শাসকীয় পক্ষই।
- Published_at:2020-03-02
- Category:News & Politics
- Channel:Pratidin Time
- Ranked in:
- tags:
- description: অসম বিধানসভাৰ বাজেট অধিবেশনৰ প্ৰথম দিনাই বিৰোধীৰ পোনপটীয়া প্ৰশ্নৰ আওপকীয়া উত্তৰ দিলে শাসকীয় পক্ষই।শাসকীয় পক্ষই কি কি কলে, জানিবলৈ চাওক এই প্ৰতিবেদন।
- Video details
জুবিন গাৰ্গক সংকটমুক্ত ঘোষণা কৰিলে Nemcare হস্পিতালৰ সঞ্চালক ডাঃ হিতেশ বৰুৱাই
- Published_at:2020-02-29
- Category:News & Politics
- Channel:Pratidin Time
- Ranked in:
- tags: Zubeen Garg Zubeen Garg hospitalized Nemcare Hospital Zubeen in Nemcare Garima Garg Dr Hitesh Baruah Angoorlata Deka
- description: জুবিন গাৰ্গক সংকটমুক্ত ঘোষণা কৰিলে Nemcare হস্পিতালৰ সঞ্চালক ডাঃ হিতেশ বৰুৱাই
- Video details
মঞ্চত কথা কৈ থকা অৱস্থাতেই অকস্মাতে ঢলি পৰিল শিল্পী জুবিন গাৰ্গ। কি কলে প্ৰত্যক্ষদর্শীয়ে?
- Published_at:2020-02-28
- Category:News & Politics
- Channel:Pratidin Time
- Ranked in:
- tags:
- description: মঞ্চত কথা কৈ থকা অৱস্থাতেই অকস্মাতে ঢলি পৰিল শিল্পী জুবিন গাৰ্গ। কি কলে প্ৰত্যক্ষদর্শীয়ে?
- Video details
শ্যামলী বৰঠাকুৰৰ সৈতে "দেওবৰীয়া বিশেষ" Full Episode
- Published_at:2020-02-24
- Category:News & Politics
- Channel:Pratidin Time
- Ranked in:
- tags:
- description: শ্যামলী বৰঠাকুৰৰ সৈতে "দেওবৰীয়া বিশেষ" Full Episode
- Video details
ট্রাম্পক কঢ়িয়াই অনা অত্যাধুনিক ‘এয়াৰ ফোৰ্চ ওৱান’ক লৈ আমাৰ এক প্রতিবেদন
- Published_at:2020-02-19
- Category:News & Politics
- Channel:Pratidin Time
- Ranked in:
- tags:
- description: দুদিনীয়া ভ্রমণসূচী লৈ ভাৰতলৈ আহিব মাৰ্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প। ট্রাম্পক আদৰিবলৈ নকৈ সজাই তোলা হৈছে আহমেদাবাদ। অহা ২৪ ফেব্রুৱাৰীত ‘চৰ্দাৰ বল্লভ ভাই পেটেল’ বিমান বন্দৰত অৱতৰণ কৰিব ট্রাম্পক কঢ়িয়াই অনা ‘এয়াৰ ফোৰ্চ ওৱান’। অত্যাধুনিক ‘এয়াৰ ফোৰ্চ...
- Video details
গুৱাহাটীলৈ আহি কোন কোন তাৰকাই ল’লে অসমীয়া খাদ্যৰ জুতি? চাওক আমাৰ এক বিশেষ প্রতিবেদন।
- Published_at:2020-02-16
- Category:News & Politics
- Channel:Pratidin Time
- Ranked in:
- tags:
- description: গুৱাহাটীলৈ আহি কোন কোন তাৰকাই ল’লে অসমীয়া খাদ্যৰ জুতি? চাওক আমাৰ এক বিশেষ প্রতিবেদন।
- Video details
ফিল্মফেয়াৰ এৱাৰ্ডছক লৈ এতিয়া কেওফালে বৃদ্ধি পাইছে তৎপৰতা।
- Published_at:2020-02-15
- Category:News & Politics
- Channel:Pratidin Time
- Ranked in:
- tags:
- description: ফিল্মফেয়াৰ এৱাৰ্ডছক লৈ এতিয়া কেওফালে বৃদ্ধি পাইছে তৎপৰতা। বলিউডী তাৰকাৰ ভিৰৰ মাজত চঞ্চলা হৈ পৰিছে লুইতৰ পাৰ।
- Video details
ক’ৰোনা ভাইৰাছক লৈ এইবাৰ অসমতো বিয়পিল শংকা |
- Published_at:2020-02-02
- Category:News & Politics
- Channel:Pratidin Time
- Ranked in:
- tags:
- description: ক’ৰোনা ভাইৰাছক লৈ এইবাৰ অসমতো বিয়পিল শংকা | ক’ৰোনা ভাইৰাছৰ বাবে কি কি ব্যৱস্থা লৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগে?
- Video details
নতুন দিল্লীত বড়ো শান্তি চুক্তি স্বাক্ষৰ,এতিয়াৰে পৰা BTADৰ নাম সলনি হৈ হ’ব ‘BTR’
- Published_at:2020-01-27
- Category:News & Politics
- Channel:Pratidin Time
- Ranked in:
- tags:
- description: নতুন দিল্লীত বড়ো শান্তি চুক্তি স্বাক্ষৰ,এতিয়াৰে পৰা BTADৰ নাম সলনি হৈ হ’ব ‘BTR’
- Video details
অজয় ফুকনৰ বিৰুদ্ধে আক্রমণাত্মক জুবিন,অজয় ফুকনৰ লগত কি ‘সমস্যা’ জুবিনৰ?
- Published_at:2020-01-26
- Category:News & Politics
- Channel:Pratidin Time
- Ranked in:
- tags:
- description: অজয় ফুকনৰ বিৰুদ্ধে আক্রমণাত্মক জুবিন,অজয় ফুকনৰ লগত কি ‘সমস্যা’ জুবিনৰ?
- Video details
আজি নৱগ্রহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয় ঈশান আৰু ইভানৰ।
- Published_at:2020-01-24
- Category:News & Politics
- Channel:Pratidin Time
- Ranked in:
- tags:
- description: মহানগৰীৰ ৱায়াৰলেছৰ শোকাৱহ ঘটনাই আজিও জোকাৰি আছে সমগ্র ৰাজ্যবাসীক। আজি নৱগ্রহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয় ঈশান আৰু ইভানৰ।
- Video details
আমি আত্মসমর্পণ কৰা নাই। শান্তি প্ৰক্ৰিয়াতহে চামিল হৈছোঁ : NDFB (S)
- Published_at:2020-01-20
- Category:News & Politics
- Channel:Pratidin Time
- Ranked in:
- tags:
- description: আমি আত্মসমর্পণ কৰা নাই। শান্তি প্ৰক্ৰিয়াতহে চামিল হৈছোঁ : NDFB (S)
- Video details
আছু নেতৃত্বক মুকলি প্ৰত্যাহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
- Published_at:2020-01-18
- Category:News & Politics
- Channel:Pratidin Time
- Ranked in:
- tags:
- description: আছু নেতৃত্বক মুকলি প্ৰত্যাহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
- Video details
খেল' ইণ্ডিয়াই পৰিচয় সলালে অসমৰ এগৰাকী বনকৰা কিশোৰীৰ।
- Published_at:2020-01-15
- Category:News & Politics
- Channel:Pratidin Time
- Ranked in:
- tags:
- description: খেল' ইণ্ডিয়াই পৰিচয় সলালে অসমৰ এগৰাকী বনকৰা কিশোৰীৰ। পিছে কি খেলৰ জৰিয়তে ৰাষ্ট্রীয় পৰ্যায়ত জিলিকিল এইগৰাকী কিশোৰী?
- Video details
Nitumoni Saikia in conversation with ZUBEEN GARG | CAA Protests in Assam | ABHIMAT | Pratidin Time
- Published_at:2020-01-03
- Category:News & Politics
- Channel:Pratidin Time
- Ranked in:
- tags: Zubeen Garg Assam CAA CAA Protest Assam politics Assam Protest Nitumoni Saikia Assam singer Pratidin Time Abhimat Anti-CAA Protest Assam Musician Protests in Assam AASU Narendra Modi Sarbananda Sonowal Amit Shah Himanta Biswa Sarma BJP Assam BJP...
- description: ABHIMAT | Nitumoni Saikia in conversation with ZUBEEN GARG | CAA Protests in Assam. #ZubeenGarg #NitumoniSaikia #PratidinTime
- Video details
তিনিচুকীয়াত উপস্থিত হৈ কি ক'লে লুৰিণ জ্যোতি গগৈয়ে
- Published_at:2020-01-03
- Category:News & Politics
- Channel:Pratidin Time
- Ranked in:
- tags:
- description: তিনিচুকীয়াত উপস্থিত হৈ কি ক'লে লুৰিণ জ্যোতি গগৈয়ে
- Video details
মৰিগাঁৱত মুখ্যমন্ত্ৰীৰ প্ৰশ্নৰ উত্তৰ দিলে আছুৱে
- Published_at:2019-12-30
- Category:News & Politics
- Channel:Pratidin Time
- Ranked in:
- tags:
- description: মৰিগাঁৱত মুখ্যমন্ত্ৰীৰ প্ৰশ্নৰ উত্তৰ দিলে আছুৱে
- Video details
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে এতিয়া মূৰৰ কামোৰনি হৈ পৰিছে জুবিন গাৰ্গ
- Published_at:2019-12-29
- Category:News & Politics
- Channel:Pratidin Time
- Ranked in:
- tags:
- description: মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে এতিয়া মূৰৰ কামোৰনি হৈ পৰিছে জুবিন গাৰ্গ
- Video details
অখিল গগৈৰ সৰ্ব শৰীৰত প্ৰতিফলন ঘটিছিল ১০দিনীয়া NIAৰ জিম্মাৰ তীব্ৰ মানসিক-শাৰিৰীক নিৰ্যাতন।
- Published_at:2019-12-26
- Category:News & Politics
- Channel:Pratidin Time
- Ranked in:
- tags:
- description:
- Video details
NIAৰ তালাচীৰ পিছত কি ক'লে অখিল গগৈৰ পত্নীয়ে
- Published_at:2019-12-26
- Category:News & Politics
- Channel:Pratidin Time
- Ranked in:
- tags: Akhil Gogoi Akhil Gogoi Wife NIA
- description: NIAৰ তালাচীৰ পিছত কি ক'লে অখিল গগৈৰ পত্নীয়ে
- Video details
মোক ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে: শৃংখল চলিহা
- Published_at:2019-12-24
- Category:News & Politics
- Channel:Pratidin Time
- Ranked in:
- tags: Sringkhal Saliha Assam CAA protest CAA Sringkhal Chalia Sringkhal Chaliha New Video
- description: মোক ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে: শৃংখল চলিহা
- Video details
ঝাৰখণ্ডত এইবাৰ কংগ্ৰেছ, JMM আৰু RJD ৰ একত্ৰিত বিৰোধীৰ সন্মুখত ধৰাসায়ী বিজেপি
- Published_at:2019-12-23
- Category:News & Politics
- Channel:Pratidin Time
- Ranked in:
- tags:
- description: ঝাৰখণ্ডত এইবাৰ কংগ্ৰেছ, JMM আৰু RJD ৰ একত্ৰিত বিৰোধীৰ সন্মুখত ধৰাসায়ী বিজেপি। বহু চেষ্টাৰ পিছটো ঝাৰখণ্ডত নুফুলিল বিজেপিৰ পদুম।
- Video details
শিৱসাগৰৰ CAA বিৰোধী আন্দোলনত কি ক'লে বৰষা ৰাণী বিষয়াই?
- Published_at:2019-12-21
- Category:News & Politics
- Channel:Pratidin Time
- Ranked in:
- tags: Barsha Rani Bishaya Assam Assam Protest CAA CAA Protest Sivasagar Assamese Actress Actress Protest Sarbananda Sonowal
- description: শিৱসাগৰৰ CAA বিৰোধী আন্দোলনত কি ক'লে বৰষা ৰাণী বিষয়াই?
- Video details
বিজেপি-আৰ এছ এছৰ সাম্প্রদায়িক নীতিৰ বিৰুদ্ধে মাত মতাৰ ভয়ংকৰ শাস্তি পাইছে অখিল গগৈয়ে
- Published_at:2019-12-18
- Category:News & Politics
- Channel:Pratidin Time
- Ranked in:
- tags:
- description: অসমীয়া জাতিৰ বিৰুদ্ধে হোৱা চৰকাৰী ষড়যন্ত্রৰ বিৰুদ্ধাচাৰণ কৰাৰ আৰু বিজেপি-আৰ এছ এছৰ সাম্প্রদায়িক নীতিৰ বিৰুদ্ধে মাত মতাৰ ভয়ংকৰ শাস্তি পাইছে অখিল গগৈয়ে
- Video details
প্ৰতিবাদকাৰীৰ সন্মুখত হাৰ মানিলে আৰক্ষী আয়ুক্ত দীপক কুমাৰে
- Published_at:2019-12-10
- Category:News & Politics
- Channel:Pratidin Time
- Ranked in:
- tags:
- description: প্ৰতিবাদকাৰীৰ সন্মুখত হাৰ মানিলে আৰক্ষী আয়ুক্ত দীপক কুমাৰে
- Video details
CAB সম্পৰ্কত নিমাত যতীন বৰা। কি ক'লে জুবিন গাৰ্গে? UNCUT
- Published_at:2019-12-08
- Category:News & Politics
- Channel:Pratidin Time
- Ranked in:
- tags:
- description:
- Video details
গোলাঘাটত মন্ত্ৰী অতুল বৰাৰ বাসগৃহ ঘেৰাও ইফালে ডিব্ৰুগড়ত AGPৰ কাৰ্যালয়ৰ লণ্ডভণ্ড
- Published_at:2019-12-08
- Category:News & Politics
- Channel:Pratidin Time
- Ranked in:
- tags: golaghat dibrugarh
- description: গোলাঘাটত মন্ত্ৰী অতুল বৰাৰ বাসগৃহ ঘেৰাও ইফালে ডিব্ৰুগড়ত AGPৰ কাৰ্যালয়ৰ লণ্ডভণ্ড
- Video details
কটন বিশ্ববিদ্যালয় ছাত্র সমাজৰ 'ৰণ হুংকাৰ'ত উপস্থিত হৈ কণ্ঠশিল্পী মানস ৰবীনে কি ক'লে?
- Published_at:2019-12-06
- Category:News & Politics
- Channel:Pratidin Time
- Ranked in:
- tags:
- description: কটন বিশ্ববিদ্যালয় ছাত্র সমাজৰ 'ৰণ হুংকাৰ'ত উপস্থিত হৈ কণ্ঠশিল্পী মানস ৰবীনে কি ক'লে?
- Video details
সকলোবোৰ দাবী-প্রতিবাদক নস্যাৎ কৰি বিধেয়ক গৃহীত কৰাৰ দিশত অগ্রসৰ হ’ল বিজেপি চৰকাৰ।
- Published_at:2019-12-04
- Category:News & Politics
- Channel:Pratidin Time
- Ranked in:
- tags: cab aasu ajycp kmss amit shah
- description: নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰে অনুষ্ঠিত মাৰাথন বৈঠক অৱশেষত ভেঁকোভাওনাত পৰিণত হ’ল। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জাতীয় দল-সংগঠনক চূড়ান্তভাৱে অপমানিত কৰি বুধবাৰে বিধেয়কৰ ওপৰত ছীল-মোহৰ মাৰিলে কেন্দ্রীয় কেবিনেটে।
- Video details
displaying 1 - 30 records in total 37