displaying 1 - 7 records in total 7

ভাৰতে বন্ধ কৰিলে দিলে সিন্ধু নদীৰ পানী। কম্পন উঠিছে পাকিস্তানৰ সদনত।
654K 8.4K 317 19:06
ভাৰতে বন্ধ কৰিলে দিলে সিন্ধু নদীৰ পানী। কম্পন উঠিছে পাকিস্তানৰ সদনত।
  • Published_at:2025-04-25
  • Category:News & Politics
  • Channel:TIME8 News
  • Ranked in: India
  • tags: TIME8 News Breaking Assam
  • description: ভাৰতে বন্ধ কৰিলে দিলে সিন্ধু নদীৰ পানী। কম্পন উঠিছে পাকিস্তানৰ সদনত। ২০ কোটি পাকিস্তানীয়ে পানী নাপায় কৰিছে হাহাকাৰ। ইয়াৰ মাজতে জম্মু-কাশ্মীৰত উপস্থিত সেনা প্ৰধান ।পৰিস্থিতিৰ বুজ লৈছে সেনা প্ৰধানে। কম্পিত পাকিস্তান।
  • Video details
আৰৱ সাগৰৰ পৰা ভাৰতে নিক্ষেপ কৰিলে মিছাইল।
327K 5.8K 512 20:05
আৰৱ সাগৰৰ পৰা ভাৰতে নিক্ষেপ কৰিলে মিছাইল।
  • Published_at:2025-04-24
  • Category:News & Politics
  • Channel:TIME8 News
  • Ranked in: India
  • tags: TIME8 News Breaking Assam
  • description: আৰৱ সাগৰৰ পৰা ভাৰতে নিক্ষেপ কৰিলে মিছাইল। পাকিস্তানৰ দিলে স্পষ্ট বাৰ্তা। সফলভাৱে উত্তেজনাৰ মাজতে ভাৰতে সম্পন্ন কৰিলে মিছাইলৰ পৰীক্ষণ। পাকিস্তানত হাহাকাৰ। হাই এলাৰ্টত পাকিস্তানী নৌসেনা।
  • Video details
"দেউতাৰ সৈতে কিয় এনে কৰিলো"?
210K 1.7K 472 19:14
"দেউতাৰ সৈতে কিয় এনে কৰিলো"?
  • Published_at:2025-03-01
  • Category:News & Politics
  • Channel:TIME8 News
  • Ranked in: India
  • tags: TIME8 News Breaking Assam
  • description: "দেউতাৰ সৈতে কিয় এনে কৰিলো"? আহি গ'ল ডা০ অনলজ্যোতি বৰদলৈ Exclusive...এটা পক্ষৰ কথা শুনি সমালোচনা কৰাটো উচিত নে ? আমি সন্ধান উলিয়ালো চিকিৎসক পুত্ৰৰ। TIME8ৰ সন্মুখত পুত্ৰই ক'লে কিয় এনো কৰিলে তেওঁ। চাওক সম্পূৰ্ণ কাহিনী। কেৱল TIME8 ত।
  • Video details
পানবজাৰ  থানাৰ নিলম্বিত OC ভাৰ্গৱ বৰবৰাৰ বিপদ নিশ্চিত।
194K 4.3K 703 07:57
পানবজাৰ থানাৰ নিলম্বিত OC ভাৰ্গৱ বৰবৰাৰ বিপদ নিশ্চিত।
  • Published_at:2024-11-16
  • Category:News & Politics
  • Channel:TIME8 News
  • Ranked in: India
  • tags: TIME8 News Breaking Assam
  • description: পানবজাৰ থানাৰ নিলম্বিত OC ভাৰ্গৱ বৰবৰাৰ বিপদ নিশ্চিত। সমগ্ৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীয়ে দিলে কঠোৰ বাৰ্তা। সৰ্বসাধাৰণৰ ওপৰত ক্ষমতাৰ অপপ্ৰয়োগ কোনো কাৰণতেই সহ্য কৰা নহয়। যদিহে জনতাক সন্মান কৰিব নাজানে তেন্তে এনে চাকৰি বাদ দিয়ক। অসম আৰক্ষীলৈ LOUD & CLEAR...
  • Video details
কেইটামান ঘন্টাৰ পিছতে আৰম্ভ হ'ব সূৰ্যগ্ৰহণ ।
119K 1.9K 54 16:42
কেইটামান ঘন্টাৰ পিছতে আৰম্ভ হ'ব সূৰ্যগ্ৰহণ ।
  • Published_at:2024-04-08
  • Category:News & Politics
  • Channel:TIME8 News
  • Ranked in: India
  • tags: TIME8 News Breaking Assam
  • description: কেইটামান ঘন্টাৰ পিছতে আৰম্ভ হ'ব সূৰ্যগ্ৰহণ । গ্ৰহণৰ সময়ত ভুলটো নকৰিব এইকেইটা কাম । কেতিয়া আৰু কৰ পৰা দৃশ্যমান হ'ব সূৰ্যগ্ৰহণ? জানি লওঁক সূৰ্যগ্ৰহণৰ সবিশেষ ।
  • Video details
কোন মহিলালৈ নিশা ৩ বজাত ফোন কৰিছিল জোনমণি ৰাভাই ?
127K 1.4K 61 09:13
কোন মহিলালৈ নিশা ৩ বজাত ফোন কৰিছিল জোনমণি ৰাভাই ?
  • Published_at:2023-05-16
  • Category:News & Politics
  • Channel:TIME8 News
  • Ranked in: India
  • tags: TIME8 News Breaking Assam
  • description: কোন মহিলালৈ নিশা ৩ বজাত ফোন কৰিছিল জোনমণি ৰাভাই ? জোনমণি ৰাভাৰ মৃত্যুক লৈ চাঞ্চল্যকৰ অভিযোগ মহিলাৰ
  • Video details
নয়ন নিলীমৰ সন্মুখতে কান্দি উঠিল শ্যামন্তিকা শৰ্মাই। ৭বছৰৰ মূৰত পুনৰ মুখামুখি শ্যামন্তিকা-নয়ন নিলিম
745K 32K 2.6K 41:57
নয়ন নিলীমৰ সন্মুখতে কান্দি উঠিল শ্যামন্তিকা শৰ্মাই। ৭বছৰৰ মূৰত পুনৰ মুখামুখি শ্যামন্তিকা-নয়ন নিলিম
  • Published_at:2022-10-24
  • Category:News & Politics
  • Channel:TIME8 News
  • Ranked in: India
  • tags: TIME8 News Breaking Assam
  • description: নয়ন নিলীমৰ সন্মুখতে কান্দি উঠিল শ্যামন্তিকা শৰ্মাই। ৭বছৰৰ মূৰত পুনৰ মুখামুখি শ্যামন্তিকা-নয়ন নিলিম। ষ্টুডিঅ'তে শ্যামন্তিকাৰ মাতৃ আৰু পৰিয়ালৰ খবৰ শুধিলে নয়ন নীলিমে। TIME8ৰ ষ্টুডিঅ'ত ঋতুস্মিন শৰ্মাৰ সন্মুখত আৰু কি কি ক'লে নয়ন নীলিম আৰু শ্যামন্তিকাই
  • Video details

displaying 1 - 7 records in total 7