show video detail

আৰক্ষীৰ কাষ চাপিছে ‘প্রতিদিন টাইম’ তথা মুখ্য সম্পাদক নিতুমণি শইকীয়া।
- Published_at:2019-11-25
- Category:News & Politics
- Channel:Pratidin Time
- tags:
- description: কণ্ঠশিল্পী বাবুৰ ‘মাজুলী গাভৰু’ বিতৰ্কৰ পিছতেই ৰাজ্যৰ এটা বিশেষ জনগোষ্ঠীক হেয় প্রতিপন্ন কৰাৰ অভিযোগ তুলি ‘প্রতিদিন টাইম’ৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ বিৰুদ্ধে ন্যস্ত স্বাৰ্থ জড়িত এটা মহলে অব্যাহত ৰাখিছে গভীৰ ষড়যন্ত্র। ইতিমধ্যে এই চক্রটোৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ‘প্রতিদিন টাইম’ তথা মুখ্য সম্পাদক নিতুমণি শইকীয়া। এই সংক্রান্তত আৰক্ষীয়ে তদন্ত প্রক্রিয়া আৰম্ভ কৰি চিনাক্ত কৰিছে একাংশ লোকক।
ranked in date | views | likes | Comments | ranked in country (#position) |
---|---|---|---|---|
2019-11-27 | 54,519 | 1,380 | 248 |
(![]() |